মাঘ - কুলদীপ মেধি তোলৈ বৰকৈ মনত পৰিছে তোৰ বহল বুকুত আকৌ এবাৰ নিহালি লৈ শুবৰ মন গৈছে প্ৰচণ্ড শীতৰ প্ৰকোপ ভঁৰালত ন-ধানৰ গোন্ধ ঢেঁকীশালত বু-বা চলিছে কাৰ বুকু খুন্দি কোনেবা বিনাইছে।
fragrance of sweet & lovely words...