Tuesday, January 6, 2015

মাঘ
                       - কুলদীপ মেধি


তোলৈ বৰকৈ মনত পৰিছে
তোৰ বহল বুকুত আকৌ এবাৰ
নিহালি লৈ শুবৰ মন গৈছে

প্ৰচণ্ড শীতৰ প্ৰকোপ
ভঁৰালত ন-ধানৰ গোন্ধ

ঢেঁকীশালত বু-বা চলিছে
কাৰ বুকু খুন্দি
কোনেবা বিনাইছে।

No comments: